প্ৰেম ভালপোৱাৰ অভিনয় কৰি বহুতৰেপৰা টকা সৰকালে শদিয়াৰ নিকোমনি কলিতা আৰু শুকানপুখুৰীৰ নিবেদিতা নামৰ ছোৱালী দুজনীয়ে - জোনাক

HEADLINES

জোনাক

DIGITAL INDIA DIGITAL THINKING

Post Top Ad

প্ৰেম ভালপোৱাৰ অভিনয় কৰি বহুতৰেপৰা টকা সৰকালে শদিয়াৰ নিকোমনি কলিতা আৰু শুকানপুখুৰীৰ নিবেদিতা নামৰ ছোৱালী দুজনীয়ে

সুন্দৰী যুৱতী মানেই যেন অপাৰ মহিমাময় যাৰ মহিমা স্বয়ং ভগবানেও বুজিব নোৱাৰে । আৰু এই মহিমাৰ বলতেই সিহঁতে যেন গোটেই জগতখনকে নিজৰ অধীন কৰিব বিছাৰে । ব্যতিক্ৰম নহয় নিকুমনি আৰু নিবেদিতা নামৰ ছোৱালী দুজনীয়ো । 

জানিবপৰা মতে নিকুমনিয়ে প্ৰথম ফেচবুকত ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাই । তাৰপিছত লাহে-লাহে বাৰ্তালাপৰ যোগেদি ল'ৰাজনৰ কাষ চাপিবলৈ চেষ্টা কৰে । আৰু তাৰপিছত ফোন নাম্বাৰৰ আদান-প্ৰদান হয় । আৰম্ভ হয় ঘণ্টা ঘণ্টা টেলিফ'নিক কথোপকথন । কথোপকথনৰ যোগেদি বুজাই দিয়ে যে তাইৰ হৃদয়ত ল'ৰাজনৰ প্ৰতি ভালপোৱাৰ সৃষ্টি হৈছে ।

আৰু অবশেহত লৰাজনেও ভালপোৱাৰ প্ৰস্তাৱ আগবঢ়াবলৈ বাধ্য হয় ।

আৰম্ভ হয় এটা কৃত্ৰিম সম্পৰ্ক য'ত নাথাকে কোনো বুজাবুজি তথা আন্তৰিকতা হয় । লাহে লাহে ছোৱালীজনী মূল চৰিত্ৰৰ মাজলৈ সুমাই পৰে । অভিনয়ৰ শুভাৰম্ভ হয়। কিবাকিবি সমস্যা দেখুৱাই লৰাজনক পইচা বিচাৰিবলৈ ধৰে । উল্লেখযোগ্য যে শেহতীয়াকৈ নিকুমনিয়ে গুৱাহাটীৰ এটা হোষ্টেলত থকা বুলি জানিবলৈ দিছিল । লগতে জানিবলৈ দিছিল যে তাইক হেনো হোষ্টেলৰ প্ৰাপ্যখিনি আদায় দিব নোৱাৰাৰ বাবে ঘৰলৈ যাব দিয়া নাই। তেতিয়া বহাগ বিহুলৈ ঠিক চাৰি-পাঁচ দিনমানহে বাকী আছিল কথাটো শুনি লৰাজনৰ বেয়া লাগিছিল আৰু সঁচা ভালপোৱাৰ খাতিৰত ছোৱালীজনী দিয়া নিবেদিতা চেতিয়া নামৰ ষ্টেট বেংকৰ একাউণ্ট এটাত নগদ পাঁচ হাজাৰ টকা জমা কৰি দিছিল । টকা পাঁচ হাজাৰ পুৱাৰ পাছত ছুৱালীজনীয়ে লৰা জনক ব্লক কৰি দিছিল ফেচবুকত । আৰু লৰাজনৰ কোনো ফুনকলৰ উত্তৰ দিয়া নাছিল । কিন্ত নিজকে পৃথিৱীৰ আটাইতকৈ বেছি টেঙৰ বুলি ভবা ছোৱালীজনীয়ে পাহৰি গৈছিল যে পাচবুকৰ ফটোখনত নিবেদিতাৰ সম্পূৰ্ণ ঠিকনা থকাৰ কথা লগতে ফেচবুকৰ ফটোবোৰৰ কথা ।

ইয়াৰ যোগেদি সকলোকে অৱগত কৰা হৈছে যে এই প্ৰবঞ্চক ছোৱালী দুজনীপৰা যেন আতৰি থাকে |
ৰাতুল কলিতা গগৈ

No comments:

Post a Comment