প্ৰতিজন অসমীয়াকে সুৰক্ষাৰ প্ৰয়োজন। কাৰ্বি আংলঙত বৰ্বৰতা

0 00 1 min 6 yrs 143

প্ৰতিজন অসমীয়াকে সুৰক্ষাৰ প্ৰয়োজন। প্ৰতিজনকে লাগে এটিকৈ পিষ্টল নতুবা দেহৰক্ষী। নহ’লে কোনে কি বুলি ভাবি মাৰ-পিট কৰিব ঠিকনা নাই।অনুগ্ৰহ কৰি কালিৰ ভিডিঅ’টো আৰু শ্বেয়াৰ নকৰিব। কিমান সহিম আৰু আমি।অসমীয়া বুলি কোৱাৰ পাছতো যিদৰে মাৰ-পিট কৰা হৈছিল সেইটো শুনিয়েই আচৰিত হৈছো।আৰু সোপাধৰা বুলি!!!??? বাৰে বাৰে সন্দেহ […]

প্ৰবন্ধ