গ্ৰেপ্তাৰ হ'ল গোলাঘাটৰ এই নাবালক ল'ৰাজন - জোনাক

HEADLINES

জোনাক

DIGITAL INDIA DIGITAL THINKING

Post Top Ad

গ্ৰেপ্তাৰ হ'ল গোলাঘাটৰ এই নাবালক ল'ৰাজন

গোলাঘাটৰ ৰুবুল শইকীয়া নামৰ নাবালক ল'ৰাজনক যোৱা কালি গ্ৰেপ্তাৰ কৰা হয় । অসমৰ জ্বলন্ত সমস্যা নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে বিজেপিৰ নেতাসকলক এটা হাস্যকৰ ভিডিঅৰ জৰিয়তে সমালোচনা কৰিছিল তেওঁ । ল'ৰাজনে মোডী, সৰ্বানন্দ আৰু হিমন্তক উদ্দেশ্যি কিছুমান অশ্লীল শব্দৰে গালি-গালাজ কৰিছিল আৰু সেইবাবেই তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে। আচলতে ৰুবুল নামৰ এই নাবালক ল'ৰাজনে অসমীয়া ৰাইজৰ ক্ষোভৰ মুকলি বৰ্হিপ্ৰকাশ কৰিছিলে ইউটিউবত আপলোড কৰা এই ভিডিঅটোৰ যোগেদি ।

CLICK HERE FOR MORE NEWS

No comments:

Post a Comment