প্ৰায় দুমাহমানৰ আগতে ডিজিটেল প্লেটফৰ্ম জোনাক ডট কমৰ দ্বাৰা অনুষ্ঠিত কৰা "জোনাক মডেলিং কণ্টেষ্ট" ৰ আজি ফলাফল ঘোষণা কৰা হয় । ফলাফল অনুসৰি সৰ্বাধিক অৰ্থাত 3500 ভোট লাভ কৰি "জোনাক মডেল" খিতাপ লাভ কৰিবলৈ সক্ষম হয় যোৰহাটৰ মুনমী নামৰ মডেলগৰাকী ।
আনহাতে FIRST RUNNERS UP আৰু 2ND RUNNERS UP খিতাপ লাভ কৰে ক্ৰমে গুৱাহাটীৰ বিজুমনি আৰু ফৰিন নামৰ মডেল দুগৰাকীয়ে । তেওঁলোকে লাভ কৰা ভোটসমূহ ক্ৰমে 3400 আৰু 3350 ।
উল্লেখযোগ্য যে সাংস্কৃতিক জগতখনৰ সৈতে জড়িত হ'ব খোজা নবপ্ৰজন্মৰ যুৱক-যুৱতীসকলক চিনাকী কৰি দিয়াৰ উদ্দেশ্য আগত ৰাখিয়েই "JUNAAK MODELLING CONTEST" অনুষ্ঠানটো অনুষ্ঠিত কৰা হৈছিল ।
CLICK HERE FOR MORE NEWS
junak
JUNAAK is an Assamese digital magazine . Junaak provide maximum services under one portal like website designing, website development, software development, graphics designing, logo design, web hosting, domains registration, ssl certificate, domain transfer, bulk email, bulk sms, digital/online marketing, seo, google adword, toll free number, iso certification, payment gateway, targeted database, company registration, tin number, service tax, digital signature, trade mark, e-tendering etc.
No comments:
Post a comment