"জোনাকৰ মডেল"ত অংশগ্ৰহণ কৰিব বিছাৰিছে নেকি ? - জোনাক

HEADLINES

জোনাক

DIGITAL INDIA DIGITAL THINKING

Post Top Ad

"জোনাকৰ মডেল"ত অংশগ্ৰহণ কৰিব বিছাৰিছে নেকি ?

মডেলিং, অভিনয় তথা গ্লেমাৰ  জগতখনত নিজকে প্ৰতিষ্ঠা কৰাৰ সপোন বহুতেই দেখে । তেওঁলোকক চিনাকী কৰি দিয়াৰ উদ্দেশ্যে আগত ৰাখিয়েই আমি জোনাকৰ (www.junaak.com) তৰফৰপৰা "জোনাকৰ মডেল " শিতানটো দাঙি ধৰিবলৈ চেষ্টা কৰিছোঁ । নিৰ্বাচিত সকলৰ মাজৰপৰা প্ৰয়োজন সাপেক্ষে কিছুমানক মিউজিক ভিডিও, চুটি ছবি, ধাৰাবাহিক আদিত অভিনয়ৰ বাবে অডিশ্যনৰ ব্যৱস্থা কৰি দিয়া হয় ।
উক্ত শিতানটোত অংশগ্ৰহণ কৰিব বিছাৰিছে যদি তিনিখন বা ততোধিক ভাল কোৱালিটিৰ ফটো আমালৈ ই-মেইলৰ দ্বাৰা প্ৰেৰণ কৰক । আমাৰ ১০ জন সদস্যৰে গঠিত সম্পাদনা সমিতিয়ে নিৰ্বাচিত বুলি বিবেচনা কৰা "জোনাকৰ মডেল" সকল www.junaak.com
ত উপলব্ধ হ'ব । আমাৰ ই-মেইল ঠিকনা হ'ল - 

No comments:

Post a Comment