কিয় নুবুজা মনৰ কথা বোৰ?
কিয় নুবুজা চকুৰ ভাষা বোৰ?অধ্যয়নৰ মূলত তোমাৰেই আশা...!
তুমিযেই জীবনৰ সৰ্বজ্ঞ জীবনৰ ভৰষা....
তোমাৰ হঁহি টোৱে মনত জিলিকি থাকে..
কেতিয়াবা পঢ়াৰ সময়ত
তোমাক মনত পৰে
তোমাৰ পটভূমিতেই কেতিয়াৱা লিখো কবিতা
কেতিয়াৱা চুটি গল্প
পোৱানে বুজি তুমি মোৰ বেদনা বোৰ....?
পোবানে বুজি মোৰ লিখাৰ ধৰন বোৰ?
তোমাৰ আশাতেই বাট চাই থাকিম.....!
যিমান দিন জীয়াই থাকিম
আজলি বুজিৱা নে তুমি এদিন....?
কবি:- আনাৰুদ জামান সেখ
M.A 2nd sem bikali college dhupdhara
mob:-7662094950
তুমিযেই জীবনৰ সৰ্বজ্ঞ জীবনৰ ভৰষা....
তোমাৰ হঁহি টোৱে মনত জিলিকি থাকে..
কেতিয়াবা পঢ়াৰ সময়ত
তোমাক মনত পৰে
তোমাৰ পটভূমিতেই কেতিয়াৱা লিখো কবিতা
কেতিয়াৱা চুটি গল্প
পোৱানে বুজি তুমি মোৰ বেদনা বোৰ....?
পোবানে বুজি মোৰ লিখাৰ ধৰন বোৰ?
তোমাৰ আশাতেই বাট চাই থাকিম.....!
যিমান দিন জীয়াই থাকিম
আজলি বুজিৱা নে তুমি এদিন....?
কবি:- আনাৰুদ জামান সেখ
M.A 2nd sem bikali college dhupdhara
mob:-7662094950
No comments:
Post a comment