শিল্পীশিখাৰ কবিতা : শিল্পী তুমি মহান

0 00 6 yrs 210

সেই শিল্পী তোমাক নমস্কাৰশত সূৰুযৰ ৰঙীন আভাৰে তুমি হোৱা জাতিস্কাৰ তোমাৰ সৃষ্টি মানৱ হৃদয়ৰ অন্তৰ পৰশা অতল গহৰৰ পঞ্জীভূত বেদনাক  লৈ ।সত্য  শিৱ সুন্দৰ তোমাৰ  সাধনা চিৰ সেউজ , চিৰ অম্লান তুমি হোৱা জ্যোতিষ্মান ।জ্যোতিৰ আভা ৰাভাত  লাগি কলাসাধনাৰ ব্ৰতত ব্ৰতী তুমি শিল্পী চিৰ সুন্দৰৰ […]

কবিতা