তোৰ চকুত নৈপৰীয় আঘোণ(চন্দন জ্যোতি ভূঞা) - জোনাক

HEADLINES

জোনাক

DIGITAL INDIA DIGITAL THINKING

Post Top Ad

তোৰ চকুত নৈপৰীয় আঘোণ(চন্দন জ্যোতি ভূঞা)

১/তোৰ চকুত নৈপৰীয়া আঘোণ
২/খৰালিও পানী বাঢ়ে
৩/তোৰপৰাই শিকিছো জীৱনৰ ৰং
৪/ চকুৱে হাঁহে
ভাটৌ জাক উৰে
৫/সেউজীয়া তই
পথাৰ ভালপাওঁ সেয়ে
৬/তই চালে বান নাহে
খেতি ভাল হয়

No comments:

Post a Comment