প্ৰেম ( দীপ জ্যোতি শৰ্মা) - জোনাক

HEADLINES

জোনাক

DIGITAL INDIA DIGITAL THINKING

Post Top Ad

প্ৰেম ( দীপ জ্যোতি শৰ্মা)


প্ৰেম
এক আনন্দ
য‘ত সৃষ্টি হয়
দুই হিয়াৰ মাজত
এক মিঠা বৰষুণ
তুমিতো নুবুজা
এই প্ৰেম নামৰ
বস্তু বিধক...
ই দিব পৰা যন্ত্ৰনাক
জংকী পানৈওঁ
বিলীন হ‘ল
প্ৰেমৰ মহাসাগৰত
তথাপিও নুবুজা
ইয়াৰ ব্যাপকতা
এবাৰ ভাবি চোৱা
প্ৰেম কি?
দীপজ্যোতি শৰ্ম্মা

No comments:

Post a Comment