নিৰব্দ নিশা( উৎপল দ্বীপ) - জোনাক

HEADLINES

জোনাকলৈ স্বাগতম ।

Post Top Ad

নিৰব্দ নিশা( উৎপল দ্বীপ)


নিৰব্দৰ নিশাৰ কেতেকী জনীৰ লহৰত 
সেই মাজনিশাৰ নিৰব্দ ৰাতিটো 
কিবাজযন উৰুঙা উৰুঙা লাগে 
সপোনৰ পখীজনিয়ে 
জগায় দিয়ে বিছনা পাটিৰ পৰা
সেই নিৰব্দ নিশাটোতে 
সাৰ পাই দেখো 
এয়া মাঠূ সপোন হে আছিল ।।
জোন তৰাও এতিয়া হেতা পৰিল 
মোৰ সপোনো অন্ত পৰিল
মোৰ হু্দয় আৰু অন্তৰ খন হে মাঠূ 
তোমালৈ অপেক্ষাৰত
স্থবিৰ হৈ ৰ'ল ।।
তুমি যদি পাৰা
হয়টো পাৰিবাই 
মোৰ সপোনবোৰ বাস্তবত পৰিণত কৰিবলৈ
মোৰ মৰমবোৰ তোমাৰ মাজত 
আকুৱালি লবলৈ ।।
মই সচাঁকৈ তোমাৰ
দুৰৰ্দন্ত প্ৰেমিক
মই পাগল হলো তোমাৰ বাবে.
সচাঁঁকৈ মই তোমাৰ পাগল প্ৰেমিক ।।

No comments:

Post a comment