এণ্ড টিভিৰ ভইচ ইণ্ডিয়া কিডচত অসমৰ মানসী চহৰীয়া আৰু শ্রুতি গোস্বামী - জোনাক

HEADLINES

জোনাক

DIGITAL INDIA DIGITAL THINKING

Post Top Ad

এণ্ড টিভিৰ ভইচ ইণ্ডিয়া কিডচত অসমৰ মানসী চহৰীয়া আৰু শ্রুতি গোস্বামী


এন্ড টিভিৰ শণিবাৰ আৰু দেওবাৰে টেলিকাষ্ট হোৱা "ভইচ ইণ্ডিয়া কিডচ"ত নিজৰ কণ্ঠপ্রতিভাৰে উজলিল  অসমৰ ক্ৰমে মানসী চহৰীয়া আৰু স্রুতি গোস্বামী ৷

অসমৰ এখন ভিতৰুৱা পিছপৰা গাৱঁৰ মানসী চহৰীয়া আৰু গুৱাহাটীৰ শ্ৰুতি
গোস্বামীয়ে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসমৰ মান বঢ়াইছে । জোনাকৰ জৰিয়তে মই অসমৰ ৰাইজক অনুৰোধ জনাওঁ যে আপোনালোকৰ বহুমূলীয়া ভোটেৰে মানসী আৰু শ্ৰুতিক অসমৰ নাম উজলুৱাত সহায় কৰে যেন ।
শ্ৰুতি গোস্বামীক ভোট কৰিবৰ বাবে আপোনাৰ মবাইলত SRU টাইপ কৰি ৫৭৫৭৫ ত পঠাওক ।
মানসী চহৰীয়াক ভোট কৰিবৰ বাবে MAN টাইপ কৰি ৫৭৫৭৫ ত পঠাওক ।
(অঞ্জন) 

No comments:

Post a Comment