বৰ্তমান সময়ছোৱাত যিবোৰ লৰা -ছোৱালীয়ে বিয়া পাতাৰ আগতেই শাৰীৰিক সম্পৰ্ক কৰি পেলাই ৷ সেইবোৰ লৰা-ছোৱালীৰ মাজত সদায় দেখিবলৈ পাবা সন্দেহ নামৰ ৰোগবিধে ব্যাপক ভাৱে প্ৰভাৱ বিস্তাৰ কৰে আৰু জীৱনৰ কিছুমান সময়ত দেখিবলৈ পোৱা যায় যে- এই সকলৰ নিজৰ সাংসাৰিক জীৱনত কেতিয়াও সুখী নহয় ৷ পিছে যিবোৰ প্ৰেমৰ সম্পৰ্কত অকল শাৰীৰিক সম্পৰ্কটোৱে মূখ্য বুলি ভাৱে ৷ তেনেকুৱা পাৰস্পৰিক সম্পৰ্কৰ অনুভূতি বোৰৰ কোনো মৰ্যদা নাথাকে ৷ আৰু সেইবোৰ সম্পৰ্ক কেতিয়াও শেষৰ পৰ্যায় লৈকে নাথাকে ৷ লগতে তেনেকুৱা সম্পৰ্কৰ ক্ষেত্ৰত কোনো সুখী সময় নাথাকে , এইবোৰ সম্পৰ্কৰ ক্ষেত্ৰত সদায় দেখিবলৈ পাবা মাথোঁ - একো মৰম চেনেহৰ ভাৱ নোহোৱা হৈ যায় ৷ অৰ্থাৎ তাৰ পিছত তেওঁলোকে সম্পৰ্কটো শ্ৰদ্ধা কৰিব নাজানে ৷ শাৰীৰিক আৰ্কষণ বিধ যেতিয়া নাইকিয়া হৈ যায় তেতিয়া যেন তেওঁলোকৰ সকলো শেষ হৈ যায় ৷পিছে সন্দেহ বোলা ভাৱটো কিন্তু তেওঁলোকৰ মাজত। এনেই বসবাস কৰিব নাহে ৷তাৰ বহুতো কাৰণ আছে কথাবোৰ এনেধৰণৰ যেনে- ছোৱালী এজনীয়ে লৰা এটাৰ লগত নিজৰ Verjnity হেৰুৱাইছে আৰু ছোৱালীজনীওঁ জানে যে- এনে কাম কৰাটো ভুল ৷ কিন্তু তাইৰ দ্বাৰা আচলতে এইটো ভাল কাম কৰা নহল ৷ সেয়েহে এনেধৰণৰ বিষয়ৰ ওপৰত ছোৱালী জনীৰ সদায় তিক্ততা আহি পৰে ৷ প্ৰেম কৰি থকা লৰা এটাক সুধি চাবা চোন তুমি, সেই ছোৱালী জনীক বিয়া পাতিব পাৰিবা নে নোৱাৰা ? পৰীক্ষা কৰি চাবা চোন কেতিয়াবা লৰাটোৱে মানি লব পাৰে নে নোৱাৰে৷ কোনো লৰাই বা ছোৱালী জনীয়ে নিবিচাৰে কেতিয়াও যে - তাৰ বা তেওঁৰ মৰমৰ প্ৰেমিক বা প্ৰেমিকা জনী তাৰ জীৱনত আপোন নোহোৱা লৈকে আন কাৰোবাৰ জীৱনত একেবাৰে সুমাই যাওঁক বা ভৱিষ্যত তেওঁৰ লগত হওক ৷ এইটো এটা আচৰিত চিন্তনীয় বিষয় ৷ আৰু সেই একেটা কথাই ছোৱালী বোৰৰ ক্ষেত্ৰতোওঁ সদায় সচাঁ ৷ সেয়েহে প্ৰতিটো সময়ত দেখিবলৈ পোৱা যায় - এইবোৰ কথা ভাবি বা মনত লৈ সুন্দৰ জীৱনটোক দুখময় কৰি তোলে ৷ পিছে এইটো সচাঁ কথা ফলাফল কি হয় জানে আৰু মনত গোপনে ভাৱি থই এইটো সাধাৰণ কথা ৷ সাংসাৰিক জীৱনৰ সুখ বোলা বস্তু বিধ তেওঁলোকে উপভোগ কৰিব নাপায় ৷ যিবোৰ মানুহে বৰ্তমান সময়ছোৱাত সমাজৰ আগত নিজকেই সৎ মানুহ বুলি উপস্থাপন কৰে ৷ তেওঁলোকে নিজক জীৱনটোক ভাৱি চালেই দেখা পোৱা যায় যে - তেওঁলোকৰ জীৱনত কোনো ধৰণৰ সুখ আৰু শান্তি নাই ৷ জীৱনৰ প্ৰতা"ো সময়ত অশান্তিত অতিবাহিত কৰে ৷ সিই কাৰণে মই কাকো শাৰীৰিক সম্পৰ্ক নকৰিবলে বাধা দিয়া নাই আৰু অপৰাধ বুলিওঁ কোৱা নাই ৷ আৰু কবওঁ দৰকাৰ নাই ৷ কাৰোবাৰ কিবা হলে মোৰ নো কি আহে যায় ৷ এইবোৰ সকলোৰে নিজৰ ব্যক্তিগত কথা আৰু সকলোৰে ক্ষেত্ৰত তেনেকুৱা নহবওঁ পাৰে ৷ কিন্তু বেছি সংখ্যকেই তেনেকুুৱা হয় ৷ সদায় এনেকুৱা সম্পৰ্ক এটা পৰিণত হলে ,এইটো কথাকেই ভাৱিব লাগে যে - তেওঁলোকে কেনেকৈ সুন্দৰ জীৱন এটা অতিবাহিত কৰিব পাৰে ৷ এইটো সচাঁকৈ বৰ ডাঙৰ কথা ৷৷ মোৰ এই আপডেদ বোৰক লৈ যদি কাৰোবাৰ কিবা অসুবিধা হয় তেতিয়া হলে মোক অকণো মনত সংকোচ নাৰাখি ব্লক কৰি দিবা দেই ৷ মোৰ যি মন যাই মই লিখিমেই কিন্তু ফেচবুক সমাজ খনত আনে বেয়া কৈ কব নোৱাৰাকৈ ৷৷
Subscribe to:
Post Comments (Atom)
junak
JUNAAK is an Assamese digital magazine . Junaak provide maximum services under one portal like website designing, website development, software development, graphics designing, logo design, web hosting, domains registration, ssl certificate, domain transfer, bulk email, bulk sms, digital/online marketing, seo, google adword, toll free number, iso certification, payment gateway, targeted database, company registration, tin number, service tax, digital signature, trade mark, e-tendering etc.

No comments:
Post a comment